#গোলাঘাট আমলাপট্টিত পৌৰসভাই জাননী অবিহনেই ৰাইজৰ ৱাল ভাঙি ৰাস্তা আৰু ড্ৰেন বনোৱাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ l  

#গোলাঘাট আমলাপট্টিত ১২ আৰু ১৩ নং ৱাৰ্দৰ মাজেৰে যোৱা সংযোগী পথতো পৌৰসভাই কোনো নতিচ নিদিয়াকৈ ৱাল ভাঙি ড্ৰেন বনোৱাক লৈ এতিয়া খুভিত হৈ পৰিছে স্থানীয় একাংশ লোক l কিয়নো ৱাল ভঙা পৰ্যন্ত পৌৰসভাই কোনো অনুমতি বা নতিচ প্ৰেৰণ কৰা নাই বুলি আমলাপট্টিৰ স্থানীয় একাংশ লোকে অভিযোগ ।আনফালে প্ৰশাসনৰ লোক উপস্থিত নথকাকৈ কেনেদৰে ।