মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখড় ডাঙৰীয়াই উদ্বোধন কৰা দুদিনীয়া ‘লোকমন্থন-২০২২’ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই । মাননীয় উপ-ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ উপস্থিতিয়ে অনুষ্ঠানটিত আমাৰ নিজৰ সমৃদ্ধ সংস্কৃতি, পৰম্পৰা, গুণাগুণ, জ্ঞান আৰু জীৱন শৈলীৰ চিন্তা চর্চাৰ দিশত আগুৱাই যোৱাৰ বার্তা বহনৰ লগতে অনুষ্ঠানটিৰ অভূতপূৰ্ব সফলতা প্ৰদান কৰাত নিশ্চিতভাৱে সহায় কৰিব। আমাৰ মূল্যবোধ আৰু লোকাচাৰক প্রাধান্য দি ‘লোকমন্থন’ আয়োজন কৰিবলৈ অসমক বাছনি কৰাৰ বাবে আয়োজকসকলৰ প্ৰতি হৃদয়েৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যৰ বিভিন্ন জনজাতি, উপ-জাতি আৰু থলুৱা সম্প্রদায়ৰ মানৱ সম্পদেৰে সমৃদ্ধ সংগমে এই বৌদ্ধিক মন্থন পদক্ষেপৰ বৃহৎ সফলতাত অৰিহণা যোগাব বুলি মোৰ দৃঢ় বিশ্বাস বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'য়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
SEBI चीफ पर हिंडनबर्ग के बाद अब 'कांग्रेस बम', माधवी पुरी पर तीन जगह से सैलरी लेने का आरोप; सवालों के घेरे में ICICI बैंक
नई दिल्ली। Congress attack SEBI chief सेबी की चेयरमैन माधवी पुरी बुच पर अभी हिंडनबर्ग...
આગામી વિધાનસભા સામાન્ય ચુંટણી ૨૦૨૨ અન્વયે અમરેલી જિલ્લા પોલીસ દ્વારા કાયદો અને વ્યવસ્થા લગત કરવામાં આવેલ કાર્યવાહી
તાજેતરમાં ગુજરાત રાજ્યમાં વિધાનસભા ચુંટણી - ૨૦૨૨ તા .૦૧ / ૧૨ / ૨૦૨૨ તથા તા .૦૫ / ૧૨ / ૨૦૨૨ એમ બે...
आगामी निवडणुकांसाठी भाजप पदाधिकारी व कार्यकर्त्यांनी सज्ज रहावे- ना. रवींद्र चव्हाण
चिपळूण : केंद्रातील मोदी सरकार तसेच राज्यातील शिंदे-फडणवीस सरकारने जनतेच्या हितासाठी घेतलेले...
प्रयास फाउंडेशन, गुरु आनंद महिला प्रतिष्ठान चा उपक्रम चारशे कुटुंबाला दिवाळी निमित्त मोफत किराणा किटचे वाटप.
छत्रपती संभाजीराजे,पोलीस अधीक्षक,सीएस,ग्रंथालय सेना प्रदेश अधाक्ष विजय पोकळे,भागवत वैद्य...