মৰাণ ব্ৰেকিং :::::

মৰাণত আলফাৰ লিংক মেন আটক মৰাণ আৰক্ষীৰ। 

গোপন সূত্ৰৰ পম খেদি মৰাণ বেজপথাৰ গাঁৱৰ পৰা আটক বিৰাজ গগৈ নামৰ লিংকমেন জনক। বহু আপত্তিজনক নথিপত্ৰৰ লগতে মোবাইল ফোন জব্দ মৰাণ আৰক্ষীৰ। 

বৰ্তমান তদন্ত অব্যাহত আছে আৰক্ষী ৰ।