তিনিচুকীয়া চিৰাপত্তীৰ হোটেল ৰয়েল এম্বেচিত বুধবাৰে সন্ধিয়া জিলা প্ৰশাসনে এক নথিপত্ৰ প্ৰদৰ্শনৰ জাননী প্ৰেৰণ কৰে ৷ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি হোটেলখনত পাৰ্কিং প্লেছ, ফায়াৰ চেফ্টি নথকাকৈ হোটেল চলাই থকাৰ লগতে ব্যৱসায়িক অনুজ্ঞাপত্ৰ নথকাকৈ চলায় যোৱাৰ অভিযোগ উত্থাপন হৈছে। জিলা প্ৰশাসনে দুদিনৰ সময় ধায্য কৰি নথিপত্ৰসমূহ প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰৱৰ্তী সময়ত জিলা প্ৰশাসন কিম্বা পৌৰসভাই কি পদক্ষেপ লয় সেয়া হ’ব লক্ষ্যণীয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাটত লাজুকী বান্দৰ উদ্ধাৰ
গোলাঘাটৰ কপহুৱাটিং চাহ বাগিচাত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ । বাগিচাৰ শ্ৰমিকে উদ্ধাৰ...
OnePlus Nord 4 और OnePlus Pad 2 को खरीदने का शानदार मौका, अगस्त में लाइव होगी ओपन सेल
वनप्लस ने अपने भारतीय ग्राहकों के लिए हाल ही में OnePlus Nord 4 और OnePlus Pad 2 को लॉन्च किया...
આઝાદી કા અમૃત મહોત્સવ અંતર્ગત રેલ્વે પ્રોટેક્શન ફોર્સ વેસ્ટર્ન રેલ્વે દ્વારા આયોજીત મોટર સાયકલ રેલી.
આઝાદી કા અમૃત મહોત્સવ અંતર્ગત રેલ્વે પ્રોટેક્શન ફોર્સ વેસ્ટર્ન રેલ્વે દ્વારા આયોજીત મોટર સાયકલ રેલી.
Delhi News: सिंगापुर से दिल्ली आने वाली फ्लाइट में बड़ी चूक, ब्रेक लगाना भूला पायलट; मचा हड़कंप
नई दिल्ली। सिंगापुर से दिल्ली आए विमान में उस वक्त हड़कंप मच गया, जब पार्किंग वे पर खड़ा...