*BREAKING*.......

👉 *বটদ্ৰৱা কাণ্ডৰ আন এক মুল অভিযুক্তক গ্ৰেপ্তাৰ।*

👉 *মুল অভিযুক্ত ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।*

👉 *নগাঁও আৰু মৰিগাঁও জিলা আৰক্ষীৰ যৌথ অভিযানত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এটা ইটা ভাটাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ছফিকুল ইছলামক ।*

👉 *মৈৰাবাৰীৰ (A A ) আকাশ আলী নামৰ এজন ব্যক্তিৰ ইটা ভাটাত নিয়োজিত হৈ থকা অৱস্থাতে নিশা গ্ৰেপ্তাৰ কৰে ছফিকুল ইছলামক ।*

👉 *দীৰ্ঘ দিন ধৰি পলাতক অবস্থাত থকা ছফিকুল ইছলামে প্ৰেট্ৰল ঢালি জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা ।*

👉 *ছফিকুল ইছলামৰ ঘৰ বটদ্ৰৱা হাইডুবিৰ ৰিজাৰ্ভ বস্তিত ।*

👉 *ধিং সমষ্টিৰ বলিকতিয়াৰ পৰা হাইডুবি ৰিৰ্জাভ বস্তিত বসবাস কৰি আছিল ছফিকুল ইছলামে ।*