মাজুলীৰ জিলা সদৰত মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ মাজুলীৰ জিলা সদৰত মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

৬জনগোষ্ঠী জনজাতি কৰণৰ দাবীত  চুতীয়া ছাত্ৰ সন্থা প্ৰতিবাদ।

শতাধিক মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ ।

অসম চৰকাৰ মুর্দাবাদ ,হিমন্ত বিশ্ব মুর্দাবাদ,বিজেপি গ'বেক  ধ্বনিৰে উত্তাল গড়মূৰ জিলা সদৰ।

2ঘন্টিয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন।