নিজ সমষ্টিৰ ৰাইজৰ ৰোষত বিধায়ক ৰূপেশ গোৱালা।
*নিজ সমষ্টিতে ৰাইজৰ ৰোষত পৰিল ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা।।*
24 টা ভূমিহীন লোকক মাহি আইৰ দৃষ্টিৰে চোৱা অভিযোগ উত্থাপন।।
সমষ্টিটোৰ কৰ্দৈগুৰি অঞ্চলক, কৰ্দৈগুৰি বাসি ৰাইজৰ অভাৱ অভিযোগক নুন্যতমু গুৰুত্ব আৰোপ নকৰাক লৈ কৰ্দৈগুৰি অঞ্চলৰ মৰাণ ছাত্ৰ সন্থা,অসম সভা, উচ্ছেদীত বান বিধ্বস্ত লোক সকলে *কৰ্দৈগুৰি লৈ প্ৰৱেশ কৰা পথতে গ'বেগ, ধ্বনিৰ সন্মুখীন হয় বিধায়ক গৰাকী* ।।
আৰু কৰ্দৈগুৰি বাসি ৰাইজে চিকিৎসাৰ দূৰ্ভুগ ভুগি থকাত দীৰ্ঘ বছৰ ধৰি দাবী কৰিছিল এখন মডেল হস্পিটেল ৰ।।
আৰু *হস্পিটেলৰ বাবে সুদীৰ্ঘ বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছিল কিছু পৰ্যাপ্ত মাটি* ।।
কিন্তু হেই মাটিতে *চিকিৎসালয়ৰ পৰিৱৰ্তে এখন মডেল অংগণবাদি কেন্দ্ৰ* স্থাপন কৰি শুভ উদ্বোধন কৰিবলৈ আহিছিল বিধায়ক গৰাকী ।।
আৰু ইয়াকে অসন্তুষ্টি প্ৰকাশ কৰি কৰ্দৈগুৰি লৈ অহা প্ৰৱেশ পথতে প্ৰতিবাদৰ সন্মূখীন হয় বিধায়ক ৰূপেশ গোৱালা ।।
পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংকাত পূৰ্বৰে পৰাই সষ্টম হৈ আছিল বাঘজাণ আৰক্ষী ।।
পাছত মৰাণ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত ছাত্ৰ সন্থা,মৰাণ সভা,মৰাণ জাতীয় মহিলা পৰিষদ আৰু
বান বিধ্বস্ত ৰাইজৰ আলোচনাত মিলিত হোৱাত পাছতহে পৰিস্থিতি শান্ত হয়।।