নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ ওচৰৰ এটি অতি গুৰুত্বপূৰ্ণ লোকনিৰ্মান বিভাগৰ পথত থকা এখন বাহৰ দলঙে চাৰিমাহ ধৰি পথচাৰীক যন্ত্ৰণা ভোগাই আহিছে৷উল্লেখ্য যে অঞ্চলটোৰ ২নং নিমুৱা লাতিমা গাৱঁৰ লোকনিৰ্মান বিভাগৰ পথটোৰ এটি কালভাৰ্ট আজিৰ পৰা চাৰিমাহ আগতে বানপানীয়ে উটুৱাই নিছিল৷তাৰ পিচতে ৰাইজে গাঠিৰ ধন ভাঙি উক্ত ঠাইত এখন বাহৰ দলং বনাই দিছিল৷বৰ্তমান উক্ত দলঙৰে ৰাইজে বিপদসংকুল ভাবে অহাযোৱা কৰি আছে৷দুখৰ বিষয় যে পথটো নিৰ্মাণৰত ঠিকাদাৰ জনে আজিলৈকে উক্ত বিধস্ত ঠাই পৰ্য্যবেক্ষন কৰিবলৈ আহৰি পোৱা নাই৷আনকি লোকনিৰ্মান বিভাগো এইক্ষেত্ৰত নিমাত হৈ আছে৷সেয়েহে উক্ত বিধস্ত অংশ শিঘ্ৰে মেৰামতিৰ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে৷লোকনিৰ্মান বিভাগে ইয়াৰ কোনো ব্যৱস্থা নললে আন্দোলনৰ পথ লৱলৈ বাধ্য হব বুলি সংগঠনটোৱে সদৰি কৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જેસરમાં લમ્પી વાયરસને લઈને રસીકરણ કરવામાં આવ્યું
જેસરમાં લમ્પી વાયરસને લઈને રસીકરણ કરવામાં આવ્યું
ઝાલાવાડ સમસ્ત સતવારા સમાજ બોર્ડીંગ સંચાલિત સતવારા કેરિયર એકેડમી જોરાવરનગર દ્વારા સ્પર્ધાત્મક પરીક્ષાઓ ની તૈયારી માટે 14મી બેન્ચનો શુભારંભ કરાયો
સતવારા સમાજના ભાવી યુવાપેઢીને સ્પર્ધાત્મક પરીક્ષાની તૈયારી કરાવવા અને પ્રેરણા અને પ્રોત્સાહિત...
২০২১ ৰ ৮ ছেপ্টেম্বৰৰ নাঁও দুৰ্ঘটনাত অকাল মৃত্যুক সাৱতা প্ৰতিভাৱানক শ্ৰদ্ধাঞ্জলি সাংসদ প্ৰদান বৰুৱাৰ
২০২১ ৰ ৮ ছেপ্তেম্বৰত নিমাতীৰ পৰা মাজুলীলৈ অহিবলৈ লোৱা 'মা কমলা ' ফেৰি দুৰ্ঘটনাত...
PORBANDAR પોરબંદર જિલ્લામાં ૧૪ નવેમ્બર સુધી સભા સરઘસ બંધી ફરમાવાઈ 02 11 2022
PORBANDAR પોરબંદર જિલ્લામાં ૧૪ નવેમ્બર સુધી સભા સરઘસ બંધી ફરમાવાઈ 02 11 2022