অসম মালাৰ পথ নিৰ্মানত অধিগ্ৰহন কৰা ভূমিৰ ক্ষতিপুৰণৰ দাবীত দেওমৰনৈৰ পোটাপুখুৰীত ৰাইজৰ প্ৰতিবাদ
পথ নিৰ্মাণৰ সময়ত অধিগ্ৰহণ কৰা ভূমিৰ নামত ক্ষতি পূৰণ পোৱা নাই ৰাইজে
ৰাম গাঁও পোটাপুখুৰী আঠকুৰীয়া ঘিলাকুৰিৰ আদি গাৱৰ শতাধিক ৰাইজ নামিল এই প্ৰতিবাদত
অসম মালা আঁচনিত ৰূপায়ণ হৈ থকা ছিপাঝাৰ - টংলা সংযোগী পথত এই প্ৰতিবাদ কৰে ৰাইজে
ক্ষতিপূৰণ নোপোৱালৈকে পথছোৱাৰ নিৰ্মাণ কাৰ্য্য বন্ধ ৰখাৰো দাবী উত্থাপন কৰিছে প্ৰতিবাদ কাৰীয়ে
পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমি,পুখুৰী, গছ গছনি ঘৰ দুৱাৰ আদিৰ ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছে ।।।।।
 
  
  
   
  
   
  