ভিক্টৰ দাসক নিলম্বিত কৰিলে শিক্ষা বিভাগে। পুৱ পানীটেমা ৰাধাকৃষ্ণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল ভিক্টৰ দাস৷ নিযুক্তি কেলেংকাৰিৰ অভিযোগ তুলি গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক৷