মঙ্গলবাৰে জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াৰ পানীতোলাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ মটক যুৱ ছাত্ৰ সন্মিলনৰ ।

মটক জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবী জনাই প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰী , জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা মেখেলা পিন্ধাই দাহ কৰে সংগঠনটোৱে ।