অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, মহান সুৰকাৰ, কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি জন্মবাৰ্ষিকী।প্ৰয়াত জয়ন্ত হাজৰিকাৰ ওপজা দিনত 'সুৰবাহিনী'য়ে মহানগৰীৰ চানমাৰিত থকা জয়ন্ত হাজৰিকা উদ্যানত পুৱা ১০ বজাত শিল্পী গৰাকীৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। গুৱাহাটীৰ ব্যতিক্ৰম মাছডোৱেও মাছখোৱা 'প্ৰাগজ্যোতি'ত বিয়লি ৪ বজাৰ পৰা জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী উদযাপন কৰিবলৈ লৈছে। তদুপলক্ষে এই অনুষ্ঠানত কলকাতাৰ বিশিষ্ট শিল্পী লোপামুদ্ৰা মিত্ৰক 'জয়ন্ত হাজৰিকা ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰা হ'ব। জয়ন্ত হাজৰিকাৰ যুগজয়ী গীত আৰু গীতৰ আধাৰত আকৰ্ষণীয় নৃত্যও এই অনুষ্ঠানত পৰিবেশন কৰা হ'ব বুলি ব্যতিক্ৰম মাছডোৰ ফালৰ পৰা জানিবলৈ দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગરનાં ચુડા તાલુકાના મોજીદડ ખાતે ધોધમાર વરસાદ વરસતાં રહેણાકી વિસ્તાર તેમજ ખેતરો બેટમાં ફેરવાયા
સુરેન્દ્રનગરનાં ચુડા તાલુકાના મોજીદડ ખાતે ધોધમાર વરસાદ વરસતાં રહેણાકી વિસ્તાર તેમજ ખેતરો બેટમાં...
પાવીજેતપુર શિક્ષણ સોસાયટીની કારોબારી મીટીંગમાં પ્રમુખ તથા ઉપપ્રમુખની સર્વાનુમતે નિમણૂક
પાવીજેતપુર શિક્ષણ સોસાયટીની કારોબારી મીટીંગમાં પ્રમુખ તથા ઉપપ્રમુખની સર્વાનુમતે નિમણૂક
...
OnePlus Nord Buds 2R की लॉन्च डेट कन्फर्म, इन दमदार फीचर्स से होगा लैस; 2 हजार से कम होगी कीमत
OnePlus Nord Buds 2R India Launch अगर आप नया बड्स खरीदने का प्लान कर रहे हैं तो आपके लिए अच्छी...
ISRO ’ৰ ডাঙৰ প্ৰস্তুতি, পুনৰ ব্যৱহাৰযোগ্য ৰকেট নিৰ্মাণৰ পৰিকল্পনা, এইটোৱেই হ’ব সুবিধা
ISRO ’ৰ ডাঙৰ প্ৰস্তুতি, পুনৰ ব্যৱহাৰযোগ্য ৰকেট নিৰ্মাণৰ পৰিকল্পনা, এইটোৱেই হ’ব সুবিধা
અમરેલીના ફતેપુરના મોટરસાયકલ ચોર મનીષભાઇ ઉર્ફે મુન્નો ઉર્ફે દુધો સોલંકી ને ચોરીના બે મોટર સાયકલ સાથે પકડી પાડ્યો.
ચોરીના બે મોટર સાયકલ સાથે ચોરીનો ગુનાહીત ઇતીહાસ ધરાવનાર ઇસમને પેટ્રોલીંગ દરમ્યાન પકડી પાડતી...