মৰিগাঁৱত পি এন বিৰ গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ১০ দিনীয়া ঘৰুৱা ধূপকাঠী বনোৱা প্ৰশিক্ষণ শিবিৰ আৰম্ভ । নিৰ্ভৰশীল হোৱাত সহায়ক হোৱাকৈ মৰিগাঁও জিলাৰ আত্ম সহায়ক গোট সমূহৰ ১০ দিনীয়া ঘৰুৱা ধূপকাঠী বনোৱাৰ এক অভিলাসী প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰিছে মৰিগাঁওস্থিত পাঞ্জাৱ নেচনেল বেংকৰ গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানে। প্ৰতিষ্ঠানটোৰ সঞ্চালক কনক বৰ্মনে সঞ্চালনা কৰা প্ৰশিক্ষণ শিবিৰটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মৰিগাঁও জিলা উদ্যোগ কেন্দ্ৰৰ সহকাৰী সাধাৰণ প্ৰবন্ধক প্ৰভাত ফুকনে। ফুকনে উদ্বোধনী ভাষণত প্ৰশিক্ষাৰ্থী সকলক এজন স্ব-নির্ভৰ উদ্যোগী হবলৈ আহ্বান জনাই আৰু চৰকাৰৰ উদ্যোগ নীতিৰ বিষয়ে আলোকপাত কৰে। সৰ্বমুঠ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে দুটা শাখাত অংশগ্ৰহণ কৰিব লগীয়া প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত লিড ডিষ্ট্ৰিক্ট মেনেজাৰ (LDM) পুলেন চন্দ্ৰ বৰদলৈকে ধৰি প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলো উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોરબંદર ના વાડી પ્લોટમાં સ્થાનિકો દ્વારા રાસગરબા ની રમઝટ
પોરબંદર ના વાડી પ્લોટમાં સ્થાનિકો દ્વારા રાસગરબા ની રમઝટ
US Bond Yield Fall Big Impact Tracking LIVE |Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा?
US Bond Yield Fall Big Impact Tracking LIVE |Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा?
સુખીડેમનું જળસ્તર વધતા પાણી છોડવાની શક્યતા જોતા ભારજ નદીના કિનારાના ૧૮ ગામોને સાવચેત કરાયા
સુખીડેમનું જળસ્તર વધતા પાણી છોડવાની શક્યતા જોતા ભારજ નદીના કિનારાના ૧૮ ગામોને સાવચેત કરાયા ...