মৰৰ্কজ একাডেমীৰ ছাত্ৰ ফাৰহাচ হুছেইনৰ মৃত্যুক লৈ নিশা উত্তপ্ত পৰিস্থিতি।মৃতকৰ আত্মীয়ই হাম চিকিৎসালয়ত সৃষ্টি কৰি উত্তপ্ত পৰিস্থিতিছাত্ৰ জনক বিদ্যালয় কৰ্তৃপক্ষই পৰিকল্পিত হত্যাৰ অভিযোগত সৃষ্টি উত্তেজনাৰ।
বিদ্যালয় কৰ্তৃপক্ষৰ অধ্যক্ষক বিচাৰি আৰু মৃত যুৱকজনক চিকিৎসালয়ত কোনে ভৰ্তি কৰিছিল তাৰ তথ্য বিচাৰি সৃষ্টি উত্তেজনাৰ।মৃতকৰ অভিভাৱক আৰু আৰক্ষীৰ মাজতো লাগে ঠেলা হেঁচা আৰু গতিয়াগতি।