সোমবাৰে নিশা তিনিচুকীয়াৰ গোপনাৰীৰ সমীপত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এখ ভয়ংকৰ পথ দুৰ্ঘটনা ।

দুখন বাহনৰ মুখামুখি  সংঘৰ্ষত   এজন থিতাতে নিহত হোৱাৰ লগতে  তিনিজন  লোক গুৰুতৰ ভাৱে আহত হয় ।