সৰুপথাৰত যুদ্ধ বিৰত আদিবাসী সশস্ত্ৰ সংগঠন আনলা নেতৃত্বক উস্ম আদৰণি। দিল্লীত গৃহমন্ত্ৰী অমৃত শ্বাহৰ উপস্থিতিত শান্তি চুক্তি স্বাক্ষৰ কৰি সৰুপথাৰৰ চুঙাজানস্থিত আনলাৰ ডেজিগনেটেড কেম্পলৈ ঘূৰি অহা সশস্ত্ৰ আদিবাসী সংগঠনটোৰ নেতৃত্বক সৰুপথাৰৰ পদুমনিত আদৰণি জনাই বিভিন্ন আদিবাসী সংগঠন তথা জনগোষ্ঠীটোৰ ৰাইজে। আনলাৰ দলটোত সংগঠনটোৰ অধ্যক্ষ দীপেন নায়ক আৰু মুখ্য সেনাধ্যক্ষ পিটাৰ ডাঙো উপস্থিত আছিল। আনহাতে সংগঠনটোৰ নেতৃত্বক বাইকৰেলীৰে নগৰখনৰ মাজমজিয়াস্থিত পদুমণিৰ পৰা উষ্ম আদৰণি জনাই অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ যুদ্ধবিৰতি শিৱিৰলৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
G.G Hospital nursing staff took out rally against attacks on medicos, Jamnagar
G.G Hospital nursing staff took out rally against attacks on medicos, Jamnagar
MP के ऊपर पहुंचा कम दबाव क्षेत्र। बंगाल की खाड़ी लगातार सक्रिय। ओडिशा से गुजरात तक भीषण बारिश।
MP के ऊपर पहुंचा कम दबाव क्षेत्र। बंगाल की खाड़ी लगातार सक्रिय। ओडिशा से गुजरात तक भीषण बारिश।
শুক্লাই নদীৰ মথাউৰী চিঙি জলমগ্ন ভেৰগাঁও, খাগ্ৰাবাৰী, নলবাৰী অঞ্চলৰ ৪০০ টা পৰিয়াল
পুনৰ ভয়ংকৰ বান পৰিস্থিতি। শুক্লাই নদীৰ মাথাউৰী চিঙি জলমগ্ন ভেৰগাঁও খাগ্ৰাবাৰী, নলবাৰী...
હવામાન ખાતા ના પૂર્વનુમાન અનુસાર દાહોદ જિલ્લામાં વરસાદની આગાહી.....
કમોસમી વરસાદની આગાહીને ધ્યાને લઈ ખેડુત મિત્ર જોગ સંદેશ*હવામાન ખાતાના પૂર્વાનુમાન અનુસાર...