19 September 2022

নামৰ ধ্বনিৰে মুখৰিত গড়মূৰ সত্ৰ, ৪০০ ধিক ভকত বৈষ্ণৱৰ নামেৰে বৈকুণ্ঠ পুৰিলৈ পৰিণত সমগ্ৰ পৰিবেশ। গড়মূৰ সত্ৰৰ ভাদ মাহৰ নাম সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।