বিশ্বকৰ্মা পূজাৰ দিনাই ডিব্ৰুগড়ত অঘটন।

Sponsored

स्वामी विवेकानंद सीनियर सेकण्डरी स्कूल बूंदी (राजस्थान)

प्रवेश प्रारंभ | लगातार 37 वर्षों से सर्वश्रेष्ठ परिणाम देने वाली ज़िले की अग्रणी संस्था | कक्षा नर्सरी से 12 वीं तक | संकाय : कला, विज्ञान, वाणिज्य, कृषि

ব্ৰহ্মাস্ত্ৰ চিনেমা চাই থকাৰ অৱস্থাত মৃত্যু এগৰাকী মহিলাৰ।পায়ল আগৰৱাল নামৰ এগৰাকী ৪৫ বছৰীয়া মহিলা নিশা শৌহামৰ গেলেৰীয়াত চিনেমা উপভোগ কৰাৰ মাজতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে।মহিলা গৰাকীক ততাতৈয়াকৈ AMCHলৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।