মৰিগাঁও জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা নৱ নিযুক্ত উপায়ুক্ত দেৱাশিষ শৰ্মাই আজি ১৫ছেপ্টম্বৰৰ দিনটোত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ যে উপায়ুক্ত গৰাকীয়ে যোৱা ৬ছেপ্টম্বৰ তাৰিখেও মৈৰাবাৰীৰ নিকটৱৰ্তী বৰচাপৰি মৌৱামাৰী ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰি পৰিদৰ্শন কৰাৰ পাছত আজি দ্বিতীয়বাৰৰ কাৰণে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন কৰে। উপায়ুক্ত গৰাকীয়ে প্ৰথমে মৈৰাবাৰী মডেল স্কুলতে বিদ্যালয় পৰিচালনা কমিটীৰ লগত বহি বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি লগে লগেই বিদ্যালয়ত অনুমোদন হোৱা নতুন গূহ নিৰ্মাণৰ কামটো ফিতা কাটি শুভাৰম্ভ কৰাৰ লগতে খুঁটাত প্ৰথমটো চিমেণ্ট দিয়ে। তাৰ পাছত মৈৰাবাৰী অঞ্চলৰ জেষ্ঠ্য নাগৰিক মঞ্চ আৰু সাংবাদিক সকলৰ লগত এক বৈঠকত মিলিত হৈ চিনাকি হয়। ইয়াৰ পাছত মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত তাতিকটা গাঁও পঞ্চায়ত থকা পুখুৰী এটা পৰিদৰ্শন কৰি উপায়ুক্ত দেৱাশিষ শৰ্মাই শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ী সত্ৰত যায়। সত্ৰখনৰ সম্পাদকে উপায়ুক্ত গৰাকীক আদৰণি জনোৱাৰ পাছত অলপ সময় ধৰ্মীয় কামত অংশ লয়। আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিথিৰ ধৰ্মীয় কাম কৰে। উপায়ুক্ত গৰাকীয়ে আজি দিনযোৰা কাৰ্যসূচীৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন কৰোঁতে লগতে সংগ দিয়ে অতিৰিক্ত উপায়ুক্ত অনুৰুদ্তি নৰহ মিপুন মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচু মৈৰাবাৰী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া বিদুৎ বৰা মৈৰাবাৰী মণ্ডল বিজেপিৰ সভানেত্ৰী আফিয়া বেগম গাঁৱ পঞ্চায়তৰ সভানেত্ৰী শ্বাহানাজ বেগমে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आखिर क्यों Yamaha RX100 के लॉन्च में हो रही देर, जानिए वजह
Yamaha RX 100 Launch Date पहली बार यमहा कंपनी ने Yamaha RX 100 को कंपनी ने साल 1985 में लॉन्च...
Rajasthan सचिवालय में ED, IT का एक्शन, CM गहलोत ने कहा- घिनौनी राजनीति हो रही है
राजस्थान सचिवालय में ईडी और आईटी के एक्शन के बाद से प्रशासनिक महकमें में हड़कंप मचा हुआ है, जयपुर...
घोडगंगाची सूत्रे ऋषीराज पवारांच्या हाती
शिरूर हवेलीचे आमदार अशोक पवार यांच्या नेतृत्वाखाली राष्ट्रवादी कॉंग्रेसच्या पॅनेलने...
Greater Noida में 22 सितंबर से Moto Gp International Bike Race की शुरूआत, जानिए कैसी है तैयारी
Greater Noida में 22 सितंबर से Moto Gp International Bike Race की शुरूआत, जानिए कैसी है तैयारी
મુંબઈમાં બોરીવલી વેસ્ટના સાંઈબાબા નગરમાં ચાર માળની ઇમારત ધરાશાયી થઈ
મુંબઈમાં બોરીવલી વેસ્ટના સાંઈબાબા નગરમાં ચાર માળની ઇમારત ધરાશાયી થઈ