ৰাইজে নখ জোকাৰিলে নৈ বয়। কথাখাৰি যেন আখৰে আখৰে পালন হ’ল ৰঙিয়াৰ এটা অঞ্চলত। ৰঙিয়াৰ ছেনীমাৰাত চৰকাৰলৈ বাট নাচায় ৰাইজে গাঁঠিৰ ধন ভাঙি শ্ৰমদান কৰি নিৰ্মাণ কৰি উলিয়ায় এটি পথ। গাঁওখনৰ শতাধিক পুৰুষ-মহিলা ওলাই আহি স্বতস্ফুৰ্তভাৱে পথচোৱাৰ নিৰ্মাণ কাৰ্যত অংশ লয়। কিছুবছৰ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত ৰঙিয়াৰ বিহাপাৰাৰ পৰা চেনিমাৰালৈ যোৱা পথটি সম্পূৰ্ণৰূপে বিনষ্ট হৈছিল। যাৰ বাবে এক বৃহত্তৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা একপ্ৰকাৰ ব্যাহত হৈ পৰাৰ লগতে ৰাইজে যাতায়তৰ নামত দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছিল। চৰকাৰক বহু আবেদন জনাই কোনো সঁহাৰি পোৱা নাছিল গাঁওবাসীয়ে। অৱশেষত স্থানীয় ৰাইজে নিজেই শ্ৰমদান আৰু গাঠিৰ ধন ভাঙি পথটো পুনৰ নিৰ্মাণ কৰে। বিধ্বস্ত পথচোৱাৰ কাষেৰেই আন এটি পথ নিৰ্মাণ কৰে ৰাইজে। প্ৰায় এক কিলোমিটাৰ পথ ৰাইজৈ নিজেই নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সাময়িক ভাৱে হলেও কিছু সুচল কৰি তোলা কাৰ্য্যই চৰকাৰে উন্নয়নৰ নামত মিছাকৈ ঢাকঢোল বজাই থকা কথাষাৰ প্ৰমাণিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિયોદર શાળા નંબર 2 માં 108 ઈમરજન્સી સેવા ની માહિતી અપાઈ..
બનાસકાંઠા જિલ્લાના દિયોદર શાળા નંબર બે ખાતે ગુજરાત સરકારની ઇમરજન્સી 108 વાન પહોંચી હતી અને શાળાના...
લાઠી મામલતદાર ની બદલી થતા વિદાય સમારોહ યોજાયો હતો
લાઠી મામલતદાર ની બદલી થતા વિદાય સમારોહ યોજાયો હતો
કાલોલ પોલીસ દ્વારા દિવાળીના તહેવારો નિમિત્તે લોકોમાં સલામતીની ભાવના જાગે તે અર્થે ફૂટ માર્ચ યોજાઈ
સોમવારે સાંજના સાત કલાકે કાલોલ પોલીસ સ્ટેશનના સિનિયર પીઆઇ આર.ડી ભરવાડ ની આગેવાની હેઠળ સમગ્ર કાલોલ...