অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাওঁ জিলাৰ উওৰ পশ্চিম অঞ্চলত আৰক্ষীলৈ বহি নাথাকি এতিয়া ৰাইজে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি গাঁৱত ৰাইজে খেদি খেদি আটক কৰে বুজন পৰিমাণৰ ড্ৰাগছ সহ এজন ড্ৰাগছ পেডলাৰ। ধৃত ড্ৰাগছ পেডলাৰজন বাটমাৰী গাঁৱৰ ৰিবুল আহমেদ বুলি জানিব পৰা গৈছে। ড্ৰাগছ পেডলাৰ জনে ইতিমধ্যে দক্ষিণ জামুগুৰিত থকা কেবাটাও বৃহৎ ড্ৰাগছৰ ঘাটিৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰা বুলি সংবাদ মাধ্যমক জানিব দিয়ে। উল্লেখ্য যে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি দক্ষিণ পশ্চিম জামুগুৰি আৰু ভোমোৰা গুৰি অঞ্চলত প্ৰায় মুকলিকৈয়েই বিক্ৰী হৈ আহিছে অবৈধ ড্ৰাগছ। পৰৱৰ্তী সময়ত ধুত ড্ৰাগছ পেডলাৰটোৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছৰ কণ্টেনাৰ সহ ৰাইজে স্থানীয় গাঁৱৰক্ষী বাহিনীৰ উপস্থিতিত দগাওঁ আৰক্ষী পহৰা চকীৰ হাতত চমজাই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: दुनिया देखेगी Ram Mandir की झलक, Times Square पर होगा प्राण-प्रतिष्ठा का सीधा प्रसारण
Breaking News: दुनिया देखेगी Ram Mandir की झलक, Times Square पर होगा प्राण-प्रतिष्ठा का सीधा प्रसारण
જામજોધપુરના સીદસર નજીક ડાયવર્ઝન ધોવાયું
જામજોધપુરના સીદસર નજીક ડાયવર્ઝન ધોવાયું
ભાજપની ગૌરવ યાત્રા ગોધરામાં
#buletinindia #gujarat #godhra #panchmahal
ડીસાના તબીબના પિતાનું મૃત્યુ થતાં તેમના પાર્થિવ દેહને બનાસ મેડીકલમાં અર્પણ કર્યો
અંગદાન અને દેહદાન અભિયાન અંતર્ગત ડીસાના જાણીતા તબીબના પિતાએ પોતાના મૃત્યુ બાદ દેહદાન કરવાનો...