নিশা গোলাঘাট বাচ আস্থানত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠান l ইটোৰ পিচত সিতো গীত পৰিবেশন কৰি ৰাইজৰ মন মুহিলে শিল্পীগৰাকীয়ে। বিশ্বকৰ্মা পূজা উপলক্ষে গোলাঘাট বাচ আস্থানত মতৰ পৰিবহন সন্থাৰ উদ্যোগত অনুষ্ঠিত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানত সহস্ৰাধিক লোক l ইটোৰ পিচত সিতো জনপ্ৰিয় গীতে ৰাইজৰ মন মুহিলে শিল্পীগৰাকীয়ে l আনফালে ৰাইজৰ দেখা গল পাৰ ভগা আনন্দ উৎসাহ l