উন্নয়নৰ ক্ষেত্ৰত চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা দুয়োটা বিধানসভা সমষ্টিয়েই লাভ কৰিছে 'এ' গ্ৰেড। যোৱা ১২ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছিল। এই তথ্য সংবাদ মাধ্যমৰ আগত অৱগত কৰিলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। সোণাৰি সমষ্টিয়ে উন্নয়নৰ মূল্যায়নত "এ প্লাছ" পোৱাৰ আশা কৰা হৈছিল যদিও একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবেই সেয়া বাস্তৱ নহ'ল বুলিও মন্তব্য বিধায়ক গৰাকীৰ। আনহাতে সমষ্টিটোৰ উন্নয়নত আশাবাদী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আগন্তুক দিনত ৰাইজৰ সহযোগত ৰাইজৰ বাবে উন্নয়নমূলক আঁচনি সমূহ ৰূপায়ন কৰি যাব বুলিও মন্তব্য আগবঢ়াইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चोरीचा १५,८४,६१० रुपयांचा मुद्देमाल बिडकीन पोलिसांकडून जप्त
औरंगाबाद : पोलीस स्टेशन बिडकीन हद्दीतील फारोळा येथील अजित सिड्स प्रा.लि. चा गट नं. १०० मध्ये...
'पीएम मोदी और राष्ट्रपति पुतिन के लिए बातचीत का बेहतरीन मौका': जयशंकर
प्रधानमंत्री नरेंद्र मोदी की रूस यात्रा से पहले विदेश मंत्री एस जयशंकर ने सोमवार को कहा कि रूस के...
ખંભાત એમ.એડ કોલેજમાં સાક્ષરતા દિવસે 'ડીઝીટલ પોસ્ટર મેકીંગ સ્પર્ધા' યોજાઈ.
ખંભાત તાલુકા સાર્વજનિક કેળવણી મંડળ સંચાલિત ઇન્દિરા નટવરલાલ શાહ શિક્ષણ અનુસ્નાતક ભવનમાં ચાલતા...
Not allowed to raise Manipur when it’s burning: LoP Kharge to RS chairman Dhankhar
Leader of the House Piyush Goyal said the government has no objections and was ready for a...