শিক্ষাৰ দিশত পিছোৱাই আছে নেকি আপোনাৰ অঞ্চল । হতাহ হৈ পৰিছে নেকি আপোনাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী । নিজৰ শিক্ষা জীৱনক লৈ অধিক চিন্তীত হৈ পৰিছে নেকি আপোনাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে । যদি পিছুৱাই আছে তেন্তে চাওঁক আমাৰ এক বিশেষ প্ৰতিবেদন । হয় নিজৰ শিক্ষা জীৱনক লৈ অধিক চিন্তীত হৈ থকা ছাত্ৰ-ছাত্ৰীৰ আগুৱাই নিয়াৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈ এই বিশাল সভাৰ । নিজৰ শিক্ষা জীৱনক লৈ চিন্তীত হৈ থকা ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈ এই সভাৰ । পিছপৰি থকা অঞ্চলৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক একগোট কৰি আয়োজন কৰে এই সভাৰ । সভাখনত পিছপৰি থকা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে কিদৰে আগুৱাই যাব সেই বিষয়েও কৰে গুৰুত্বপূৰ্ণ মন্তব্য ।

পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক আগুৱাই নিয়াৰ উদ্দশ্যৰে মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চৰ উদ্যোগত আয়োজন কৰা হয় এই সভাৰ । সভা অনুষ্ঠিত কৰি মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে মোৰাঝাৰত মুকলি কৰা হয় motivation and carrier counselling ! আজি পুন প্ৰথমবাৰৰ বাবে মোৰাঝাৰত মতিভাত and carrier counselling মুকলি কৰা হয় । যদিও অনাগত সv

Îময়ত প্ৰত্যেকখন বিদ্যালয়ত এনেধৰনৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব দিয়ে ।