বিহপুৰীয়াত পানীত পৰি মৃত্যু এটি কণমানি৷ শুক্ৰবাৰে বিয়লি লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বাঁহগড়া-ধুনাগুৰি অঞ্চলৰ ভলুকাগুৰি গাঁৱত সংঘটিত হয় এই কৰুণ ঘটনা৷ ভলুকাগুৰি গাঁৱৰ মাজেৰে বৈ যোৱা সোৱণশিৰি নৈৰ এটি সুঁতিৰ পাৰত খেলি থকা অৱস্থাত পানী পৰি যায় কণমানি শিশুটি৷ স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি নিজাববীয়াকৈ কণমানিজনীক উদ্ধাৰৰ চেষ্টা কৰাৰ লগতে SDRF ক খবৰ দিয়ে। ঘটনা প্ৰসঙ্গত জানিব পৰা মতে লখিমপুৰ জিলাৰ পানীগাঁৱ অঞ্চলৰ জেঙেৰাই শিঙিমাৰি গাঁৱৰ পবিত্ৰ পেগু আৰু মাতৃ কবিতা পেগু কন্যা মেগনা পেগু নামৰ ২ বছৰীয়া শিশুটি বৰ্তমানো উদ্বাৰ হোৱা নাই৷ শিশুটিক উদ্বাৰৰ বাবে SDRF বাহিনীয়ে অভিযান চলাই আছে যদিও শিশুটিক উদ্বাৰ কৰিবলৈ সক্ষম হোৱা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জোনাইত অনুষ্ঠিত গোৰ্খা লোকসংস্কৃতিৰ কৰ্মশালা
জোনাইত অনুষ্ঠিত গোৰ্খা লোকসংস্কৃতিৰ কৰ্মশালা
গুৱাহাটীত আটক ডকাইতৰ দল, উদ্ধাৰ চুৰি সামগ্ৰী
এক বৃহৎ অগ্ৰগতিৰ জৰিয়তে ভৰালুমুখ আৰক্ষী থানাৰ পৰা পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ দলটোৱে সফলতাৰে...
કલ્યાણપુર તાલુકાના પટેલકા ગામે બાવળ કાપવા જેવી નજીવી બાબતે 4 શખ્શોએ મહિલાને માર માર્યો
કલ્યાણપુર તાલુકાના પટેલકા ગામે બાવળ કાપવા જેવી નજીવી બાબતે 4 શખ્શોએ મહિલાને માર માર્યો
તેજસ્વી વિદ્યાર્થીઓ માટે PM YOUNG ACHIEVERS SCHOLARSHIP FOR VIBRANT INDIA (YASASVI) યોજના શરૂ કરાઇ
તેજસ્વી વિદ્યાર્થીઓ તા.૨૬ ઓગષ્ટ-૨૦૨૨ સુધીમાં NTA Portal પર ઓનલાઇન અરજી કરી શકશે ...
Arvind Kejriwal News: दिल्ली सरकार की मंत्री Atishi केंद्र सरकार पर भड़की, लगाए गंभीर आरोप | Aaj Tak
Arvind Kejriwal News: दिल्ली सरकार की मंत्री Atishi केंद्र सरकार पर भड़की, लगाए गंभीर आरोप | Aaj Tak