প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ ভাৰততে আজি শুভাৰম্ভ কৰা হৈছে অমৃত সৰোবৰ আঁচনি । দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঘমাৰা চৌৰাগুৰী পঞ্চায়তো শুভাৰম্ভ কৰা হয় অমৃত সৰোবৰ আঁচনি । এই আঁচনিৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে । শুভাৰম্ভণি অনুষ্ঠানত বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া নাদিৰা জেছমিন, মানিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া মঞ্জুশ্ৰী ঘোষ, বাঘমাৰা চৌৰাগুৰী পঞ্চায়তৰ নিৰ্বাচিত সভাপতি অমৰ সৰকাৰৰ, আঞ্চলিক সদস্য গোপাল সৰকাৰ, পঞ্চায়ত সচিৱ তপন সৰকাৰ, অভিযন্তা ধীৰেন শৰ্মা, মাধৱ দে, কমতাপুৰ শায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা পূৰৱী সৰকাৰ লগতে স্হানীয় ৰাইজ উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બી ટી પી અને આપ પાર્ટીનાં ગઠબંધન ને લઈ છોટુ ભાઈ વસાવા એ આપ્યું મોટું નિવેદન,,? જુવો 👉👇
બી ટી પી અને આપ પાર્ટીનાં ગઠબંધન ને લઈ છોટુ ભાઈ વસાવા એ આપ્યું મોટું નિવેદન,,? જુવો 👉👇
Israel Hamas War: इसराइल ने Rafah में किया हमला, कई आम लोगों की मौत (BBC Hindi)
Israel Hamas War: इसराइल ने Rafah में किया हमला, कई आम लोगों की मौत (BBC Hindi)
उपमुख्यमंत्री श्री. देवेंद्र फडणवीस यांची पत्रकार परिषद
उपमुख्यमंत्री श्री. देवेंद्र फडणवीस यांची पत्रकार परिषद
36મી નેશનલ ગેમ્સ અંતર્ગત સુરત શહેરના ડુમસ બીચ વિસ્તારમાં વોલીબોલ સ્પર્ધા યોજાઇ.
36મી નેશનલ ગેમ્સ અંતર્ગત સુરત શહેરના ડુમસ બીચ વિસ્તારમાં વોલીબોલ સ્પર્ધા યોજાઇ.
36મી નેશનલ ગેમ્સ...