শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে ভয়াবহ আন্দোলনৰ সম্মুখীন হব লাগিব চৰকাৰে। ইতিমধ্যেই আন্দোলনৰছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰই সম্পূৰ্ণ মাহি আইৰ দৃষ্টিয়ে চাই আহিছে।

আমাৰ চাহ জনজাতিক প্ৰতিনিধিত্ব কৰি অহা মন্ত্ৰী , বিধায়কে জনজাতিকৰণ প্ৰক্ৰিয়াত দাখিল কৰিব লগা প্ৰতিবেদনৰ সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰাৰ বাবেই আমাৰ জনজাতি হোৱা না

শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে ভয়াবহ আন্দোলনৰ সম্মুখীন হব লাগিব চৰকাৰে। ইতিমধ্যেই আন্দোলনৰ কাজ্যসূচি ঘোষণা কৰা হৈছে

ATTSA তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববিয়া ৰঞ্জিত কুৰ্মিৰ প্ৰতিক্ৰিয়া।।ই।