বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ এটা বছৰীয়া কাৰ্যকালৰ খতিয়ান তথা কাৰ্যকৰ্মনীকা পুস্তিকা আজি আনুষ্ঠানিক ভাৱে নাৰায়ণপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰে ৷ বিধায়কগৰাকীয়ে শেহতীয়া কৰ্ম আচঁনি সম্পৰ্কত সংবাদমেল পাতি অৱগত কৰে ৷ সেই অনুসৰি যোৱা দহ জুলাইত মাধৱদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা সমষ্টিভিত্তিত শৈক্ষিক অভিবৰ্তনত লোৱা প্ৰস্তাৱ সম্পৰ্কে সংবাদমেলত অৱগত কৰি বিধায়কগৰাকীয়ে কয় অভিবৰ্তনে লোৱা তিনিটা প্ৰস্তাৱ ক্ৰমে শিক্ষাগুৰুসকলক দা দৰমহা সম পৰ্যায়ৰ কৰ্মচাৰীতকৈ অধিক কৰা আৰু দুবছৰৰ মুৰে মুৰে শৈক্ষিক অভিবৰ্তন কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই শিক্ষকসকলৰ বাবে হাতত লোৱা আচঁনিৰ বাবে ধন্যবাদ সুচক প্ৰস্তাব গ্ৰহণ কৰে ৷ আনহাতে সমষ্টিটোৰ শৈক্ষিক দিশত উত্তৰণৰ বাবে তিনিখন উপ সমিতি গঠন কৰা বুলি জানিবলৈ দিয়ে ৷ আনহাতে সমষ্টিটোত শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰশিক্ষণ কৰ্মশালা আৰু অগ্নিবীৰ পদৰ বাবে সমষ্টিটোৰ তিনি স্থানত প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰাৰ সম্পৰ্কে জানিবলৈ দি লগতে কয় বিজ্ঞান শিক্ষাৰ অভাব পুনৰ কৰিবৰ বাবে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিত বৰ্ষত বিজ্ঞান শিক্ষা আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীৰ অনুমতি লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ মাজতে সমষ্টিটোত বিধায়কগৰাকীৰ এবছৰীয়া কাৰ্যকাল সম্পৰ্কত প্ৰকাশ কৰা কৰ্মআচঁনিৰ পুস্তিকা খন আনুষ্ঠানিক ভাৱে সংবাদমেলতে উন্মোচন কৰে ৷ সংবাদমেলত বিধায়কৰ সহযোগিতা আগবঢ়াই অধ্যাপক মাখন তামুলী , শিক্ষাবিদ নৱ দত্ত , নাৰায়ণপুৰ পৌৰসভাৰ উপপৌৰপতি বিৰাজ ভূঞা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election Phase 5 Voting Updates: Bengal में सबसे अधिक तो Maharashtra में सबसे कम वोटिंग
Lok Sabha Election Phase 5 Voting Updates: Bengal में सबसे अधिक तो Maharashtra में सबसे कम वोटिंग
અમરેલી મા સદભાવના ગ્રુપ દ્વારા ત્રીવિઘ કાર્યક્રમ યોજાયો
અમરેલી મા સદભાવના ગ્રુપ દ્વારા ત્રીવિઘ કાર્યક્રમ યોજાયો
दिव्यांग व्यक्तींची माहिती संकलित करण्यासाठी अचूक सर्व्हेक्षण करावे - जिल्हाधिकारी आंचल गोयल
· जिल्ह्यात आशाताई करणार दिव्यांग व्यक
परभणी, दि.12(जिमाका) : जिल्ह्यातील प्रत्येक दिव्यांग व्यक्तींची नोंद व त्याची सर्व अनुषंगिक...
Gold Silver Price Today: Bhai Dooj पर महंगा हुआ सोना, चांदी के भी बढ़े दाम | Gold Silver Rate Today
Gold Silver Price Today: Bhai Dooj पर महंगा हुआ सोना, चांदी के भी बढ़े दाम | Gold Silver Rate Today