কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত 15 ছেপ্তেম্বৰৰ পৰা 2 অক্টবৰলৈ চলিব লগা এই স্বচ্চতা হি সেৱা পষেকৰ লগতে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ স্বচ্ছ ভাৰত মিছনৰ দ্বিতীয় ভাগৰ কাম কাজ সমূহ আৰম্ভ কৰাৰ উদ্দেশ্য এক শুভ উদ্বোধনী সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হয় ।
অনুষ্ঠানত জিলা উপায়ুক্তই উদ্বোধন কৰি ভাষণ প্ৰদান কৰাৰ লগতে সভাত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাজিৰা জাস্মিন, জনস্থাস্থ্য কাৰিকৰি বিভাগৰ কাৰ্যবাহী বিষয়াৰ লগতে জিলা খনৰ পঞ্চায়ত সভাপতি, সচিব সকল উপস্থিত থাকে ৷