আটাছু সাধাৰণ সভাই গ্ৰহণ কৰা প্ৰস্তাৱ

আজি সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) কেন্দ্ৰীয় সমিতিৰ মৰাণ অইল ইণ্ডিয়া ক্লাবত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

আজিৰ সাধাৰণ সভাই গ্ৰহণ কৰা প্ৰস্তাৱ সমুহ হল

১) অহা ইং ২২ চেপ্তেম্বৰ তাৰিখে প্ৰতিখন জিলাত জনজাতিকৰণৰ দাবীত জিলা উপায়ুক্ত কাৰ্য্যালয় ঘেৰাও ।

২) অহা ইং ১০ নৱেম্বৰ পৰা জনজাতিৰকৰণৰ দাবীত অসমৰ জিলাই জিলাই মটৰ চাইকেল ৰেলী।

৩) আটাছু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিচেম্বৰ মাহত লতাশিল খেলপথাৰত জনজাতিকৰণৰ দাবীত গণ সমাৱেশ ।