**অহা ৩০ চেপ্তেম্বৰত চিত্ৰগৃহত মুক্তি লাভ কৰিব বহু প্ৰতীক্ষিত অসমীয়া চিনেমা ব্ৰিজ*
**২০২০ চনত ৫১ সংখ্যাক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) বঁটা লাভ*
**৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ*
**IFFI ত বঁটা লাভ কৰা অসমৰ প্ৰথম খন আৰু এতিয়লৈ একমাত্ৰ চিনেমা*
**FIPRESCI- ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্ৰীজ ৰ স্হান লাভ*
**চিনেমা খনৰ মুল অভিনেত্ৰী শিৱাৰানী কলিতা ই তিনিটা কৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।*
**পৰিচালক কৃপাল কলিতা ই দুটাকৈ শ্ৰেষ্ঠ নৱাগতা পৰিচালক ৰ সন্মান*
* *এতিয়ালৈ ১৯ টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা।*
* *ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত 'ব্ৰিজ' অৱতীৰ্ণ হৈছিল*