ধেমাজি,১৫ ছেপ্টেম্বৰ: আজি ধেমাজি মৰিধল মহাবিদ্যায়ত অহা ৮ অক্টোবৰত হব লগীয়া প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ ওপৰত এখনি বৰ্ধিত কায্য নিৰ্বাহক সভা অনুষ্ঠিত কৰে ।
মহাবিদ্যালয় অধ্যক্ষ দ্বিপেন শইকীয়া ডাঙৰীয়াই সভাপতিত্ব কৰা সভাখনিত সকলো কায্য নিৰ্বাহক সদস্য উপস্থিত থকাৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী সকলো উপস্থিত থাকে ।
জানিবলৈ দিয়া মতে ৮ অক্টোবৰ দিনা সাধাৰণ সভা অনুষ্ঠিত কৰি পৰবৰ্তী সময় বোৰৰ কাৰণে প্ৰাক্তন শিক্ষাৰ্থী সন্থা নতুনকৈ গঠন কৰা সিদ্ধান্ত লৈছে।