নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বাহাৰঘাট লখিমী পথাৰ প্ৰাংগনত চিলাৰায় সেউজ সংঘ,বাহাৰঘাটৰ উদ্যোগত অহা পাচ অক্টোবৰত দছেৰা উৎসৱৰ আয়োজন কৰিছে৷শাৰদীয় শ্ৰীশ্ৰী দুৰ্গাপূজাৰ বিজয়া দশমী উপলক্ষে আয়োজন কৰিছে দছেৰা উৎসৱৰ৷উল্লেখ্য যে পূৰ্বৰে পৰা বৰলীয়া নৈক কেন্দ্ৰ কৰি বাহাৰঘাটৰ লখিমী পথাৰত কেইবাখনো দুৰ্গা প্ৰতিমা বিষৰ্জন দিয়ে৷ উক্ত প্ৰতিমা বিষৰ্জনৰ বাবে দশমীৰ দিনা আবেলি কেইবা শহস্ৰাধিক ৰাইজৰ সমাগম হয়৷ইয়াৰ পূৰ্বে উক্ত দিনটোত কেইবাবাৰো দছেৰা উদযাপন কৰিছিল৷এইবেলিও ৰাইজৰ সহায় সহযোগত দছেৰা উৎসৱৰ আয়োজন কৰিছে৷উৎসৱত সকলো ৰাইজৰে সহায় সহযোগ তথা উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*मतदार ओळखपत्राला आधार क्रमांक जोडणी करण्याचे आवाहन*
मतदान ओळखपत्राशी आधार कार्ड संलग्न करण्यासाठी विशेष मोहीम राबविण्यात येणार असून मतदारांनी...
'राहुल गांधी इतिहास की जानकारी रखते तो अच्छा होता', मुस्लिम लीग को धर्मनिरपेक्ष बताने पर BJP का पलटवार
नई दिल्ली, Rahul Gandhi on Muslim League अमेरिका में मुस्लिम लीग पर राहुल गांधी के...
আজিৰে পৰা ভাদ মাহৰ আৰম্ভণি। হৰিনামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান।
আজিৰে পৰা ভাদ মাহৰ আৰম্ভণি। হৰিনামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান।
MCN NEWS| शेतकऱ्याचे जमीनीसाठी वैजापुर तहसिल कार्यालयासमोर बेमुदत उपोषण सुरु
MCN NEWS| शेतकऱ्याचे जमीनीसाठी वैजापुर तहसिल कार्यालयासमोर बेमुदत उपोषण सुरु