বুধবাৰে অনুস্থিত হোৱা কেবিনেটত এক বিশেষ গুৰুত্বপূৰ্ণ সিধান্ত লোৱা হয়। দেশৰ পাঁচ ৰাজ্যৰ সৰ্বমুঠ ১২ টা জনগোষ্ঠীক জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰে। কিন্তু দুখ জনক ভাৱে অসমৰ ৬ জনগোষ্ঠী উপেক্ষিত হৈ ৰ'ল। সেই সন্দৰ্ভত চাহ জনজাতি ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰে। চাহ জনযায়তি ছাত্ৰ সন্থাৰ গোলাঘাট শাখাৰ বিষয় ববীয়াই মৰঙীৰ পোৰাবঙলাত ক্ষোভ প্ৰকাশ কৰে। আৰু কয় যে বাকী সকলক জনজাতি মৰ্যদা প্ৰদান কৰাত আপত্তি নাই। চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী জনাই আহিছে বিগত সময়ত। চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি কৰিছিল। তাৰ পিছত ২০১৪ চনত মোদী ডাঙৰীয়াই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ বিজেপিৰ হলেই ৬ জনজাতিক জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি কৰিছিল । কিন্তু আজি পৰ্যন্ত প্ৰতাৰণা কৰি আহিছে। সোনকালে এই ৬ জনগোষ্ঠীক জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰক অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Atal Bihari ने किससे गुस्सा होकर Mahabharat के 'कृष्ण' Nitish Bharadwaj को सांसदी लड़वा दी? Baithki
Atal Bihari ने किससे गुस्सा होकर Mahabharat के 'कृष्ण' Nitish Bharadwaj को सांसदी लड़वा दी? Baithki
PM Modi Varanasi Visit: Varanasi में PM मोदी-योगी का रोड शो, जनसभा को करेंगे संबोधित | Election 2024
PM Modi Varanasi Visit: Varanasi में PM मोदी-योगी का रोड शो, जनसभा को करेंगे संबोधित | Election 2024