মঙ্গলদৈত অবতৰীয়া আনন্দ মেলা

মঙ্গলদৈ গান্ধী ময়দানত অনুষ্ঠিত হৈ আছে আনন্দ মেলা। মঙ্গলদৈৰ নিকটৱৰ্তী এলেকা সমূহৰ পৰা বিভিন্ন ভাষা ভাষীৰ লকৰ সমাগম ঘটিছে প্ৰায় মাহযোৰা ধৰি চলিব অনুষ্ঠান।মেলাত বিভিন্ন ধৰণৰ দোকান পোহাৰ লগতে সৰু বৰ ল'ৰা ছোৱালীৰ খেলা ধূলা বস্তু উপলব্ধ।