বিগত এটা সপ্তাহে সন্ধান নাই সোনাপুৰ দেউৰী গাঁওৰ নিৱাসী নানু উৰাংৰ।

বিগত এটা সপ্তাহ সন্ধান নাই সোনাপুৰ দেউৰী গাঁও নিৱাসী নানু উৰাংৰ।

পুত্ৰই পিতৃ সন্ধানহীন হোৱা খবৰ ফিল'বাৰী থানাত জাননী দিছে।

কোনো লোকৰ দৃষ্টি গোচৰ হলে 7896243276 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।