শেহতীয়াকৈ দেশৰ ৫ ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ পিছতে সৰৱ হৈ পৰিছে ৰাজ্যৰ দল সংগঠন ।

জনজাতিকৰণৰ প্ৰসংগত তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে  মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জিন্টু বৰগোঁহাইয়ে ।