বিশ্বৰ প্ৰেক্ষাপটত পুনৰ উপস্থাপন হ'ল ঐতিহাসিক চৰাইদেউৰ তথ্য। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য চৰাইদেউৰ সন্বদৰ্ভত বক্তৃতা প্ৰদান কৰিলে থাইলেণ্ডৰ বেংককত।থাইলেণ্ডৰ বেংককত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেল 2022 অনুষ্ঠানৰ আজিৰ কাৰ্য্যসূচীত ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ কীৰ্তিচিহ্ন সমূহৰ সৰ্ন্দভত তথ্যচিত্ৰ সহ বক্তব্য ৰাখে বিধায়ক গৰাকীয়ে। উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে বেংককত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে মন্ত্ৰী যোগেন মহনৰ ওপৰিও উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ জনপ্ৰতিনিধি, প্ৰশাসনিক বিষয়া তথা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिल्हा शासकीय रुग्णालय भूलतज्ज्ञांच्या शोधात; अनेक शस्त्रक्रिया रखडल्या
(रत्नागिरी) वैद्यकीय महाविद्यालय सुरू झाल्यानंतर डॉक्टरांची कमतरता दूर होईल अशी अपेक्षा होती...
હિન્દુ યુવા સંગઠન મહુવા દ્વારા શત્ર પુજન
હિન્દુ યુવા સંગઠન મહુવા દ્વારા શત્ર પુજન
ब्लॉक कांग्रेस कमेटी के अध्यक्ष मिर्जा शकील व कार्यवाहक ब्लॉक अध्यक्ष पद पर कपिल नियुक्त
कोटा. राजस्थान प्रदेश कांग्रेस कमेटी के अध्यक्ष गोविंद सिंह डोटासरा ने आदेश जारी करते हुए सांगोद...
দুৱাৰ গাঁৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰুভাৱ তিথি পালন
আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ৪৫৪ সংখ্যক তিৰুভাৱ তিথি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰ...