:চৰাইদেউ জিলা হেণ্ডবল সন্থা আৰু সাপেখাতী কাবাডী ক্লাবৰ উদ্যোগত আজি আয়োজন কৰে সম্বৰ্ধনা ও সজাগতা সভা।।।শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ অসম চৰকাৰৰ কৃতি শিক্ষকৰ দৰে বঁটা পাবলৈ সক্ষম হোৱা ৰহনৰ নৰেণ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে সাপেখাতী কাবাডী ক্লাব আৰু হেণ্ডবল সন্থাই। সমান্তৰালকৈ সাপেখাতী কাবাডী ক্লাবৰ পৰা নিৰ্বাচিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ৰহনৰ গৌৰৱ সুস্মিতা বৰা ,লক্ষিমী নেৱাৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেণ্ডবল খেলুৱৈ নিৰঞ্জন চেতিয়াক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠান ত চৰাইদেউ হেণ্ডবল সন্থাৰ সভাপতি স্বপন কৰ ,সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰ বাহাদুৰ প্ৰধান,কানুবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ কৃতি শিক্ষক অৰুণ গগৈ, জিলা পৰিষদৰ সদস্য দিগন্ত ৰাজকোঁৱৰ, সমাজ কৰ্মী বীৰেন বৰুৱা ,বিজেপি ৰাজ্যিক সদস্য পবি গগৈ, সাপেখাতী মহাবিদ্যালয়ৰ অধ্যাপক দিপাঙ্কৰ মালাকাৰ,সদ্য বঁটা প্ৰাপ্ত কৃতি শিক্ষক নৰেণ গগৈ, শিক্ষক ও সাংস্কৃতিক কৰ্মী ডিম্বেশ্বৰ কোঁৱৰ ওপৰিও বহু কেইজন গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bilkis Bano के Case में किसने Supreme Court में Fraud किया? Gujarat riots | Godhra | LT Show
Bilkis Bano के Case में किसने Supreme Court में Fraud किया? Gujarat riots | Godhra | LT Show
महादेव ऐप केस में रणबीर कपूर को ED का नोटिस, जल्दी होगी जेल? | Ranbir Kapoor | Mahadev App Case
महादेव ऐप केस में रणबीर कपूर को ED का नोटिस, जल्दी होगी जेल? | Ranbir Kapoor | Mahadev App Case
પાટણ : માતૃ વંદના ઉત્સવની ઉજવણી | SatyaNirbhay News Channel
પાટણ : માતૃ વંદના ઉત્સવની ઉજવણી | SatyaNirbhay News Channel