তিনিচুকীয়াৰ বজালতলীত নিশা গোপন খৱৰৰ ভিত্তিত অভিযান চলাই  বৃহৎ পৰিমাণৰ ফিটা কানি সহ দুজনক আটক  কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষীয়ে  ।