চাহ বাগিচা উচ্ছেদৰ বিৰুদ্ধে আটছাৰ স্মাৰক পত্ৰ
চৰাইদেউ জিলাৰ অন্তৰ্গত লাকুৱা আৰু নাহৰহাবি চাহ বাগিচাত অ এন জি চিয়ে চলোৱা চাহ বাগিছা উচ্ছেদৰ বিৰোধিতা কৰি চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ যোগেদি আটছা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য সহদেৱ ধানুৱাৰ,গণেশ গোৱালা আৰু মাহমৰা শাখাৰ সভাপতি গুণধৰ বাউৰীৰ উপস্থিতিত আটছাৰ জিলা সমিতিৰ তৰফৰ পৰা চৰাইদেউ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
 
  
  
   
  
  