সাংবাদিক , শিক্ষক , নিৱনুৱা যুৱকৰ কৃষি বিপ্লৱ

উজনি মাজুলীৰ অন্যতম শ্ৰীৰাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ভকতিদুৱাৰ গাঁৱৰ পানীখাটী মীনপাম খন সেউজী আত্মসহায়ক গোতে তিনিবছৰলৈ লিজত লৈ ইতিমধ্যেই আৰম্ভ কৰিছে মীন বিপ্লৱৰ তাৰ সমান্তৰালভাৱে ফিচাৰিটোৰ পাৰত গঢ়ি তুলিছে  কৃষি বিপ্লৱৰ ৷

সাংবাদিক প্ৰাঞ্জল খাউণ্ড , শিক্ষক দেৱজিৎ খাউণ্ড , গোবিন খাউণ্ড , যতিন খাউণ্ডে তুলি ধৰিছে এক সুন্দৰ নিৰ্দশন ৷