ছিপাঝাৰৰ পাথৰিঘাট আৰক্ষীয়ে আটক কৰিলে এজন দালালক।

আৰক্ষীৰ নামত ধন দাবী কৰি আটক হ'ল দালাল।

ধৃত দালাল জনৰ নাম আজিজুৰ ৰহমান।

পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত ঘিলাকুৰি গাঁওৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক আজিজুৰ ।

পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিণ্টু বৈশ্যৰ নামত বিচাৰিছিল ধন।

গোচৰৰ মিমাংসা কৰাৰ নামত বিচাৰিছিল ৩০হাজাৰ টকা।