কোকৰাঝাৰ চেপ্তেম্বৰ ১৩: কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ব্যক্তিত্ব বিকাশ শীৰ্ষক এক বক্তৃতা অনুষ্ঠানৰ আয়োজন হয়। মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ উদ্যোগত তথা " Internal Quality Assurance Cell (IQAC) সহযোগত এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্ব পৰিপূৰ্ণতা শীৰ্ষক বিষয়ক লৈ অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত তথা বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা
কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা
কাইলৈৰ পৰা অসমত পৰিবহণ নিগমৰ বাছৰ চলাচল বন্ধ হৈ পৰাৰ আশংকা
कृषी मंत्र्याचा दौरा अन् कृषी विभागावर शेतकरी नाराज
कृषी मंत्र्याचा दौरा अन कृषी विभाग वर शेतकरी नाराज
Wrestlers Protest : Jantar Mantar पर कैसे शुरू हुई झड़प की शुरुआत और अभी कैसा है माहौल? (BBC Hindi)
Wrestlers Protest : Jantar Mantar पर कैसे शुरू हुई झड़प की शुरुआत और अभी कैसा है माहौल? (BBC Hindi)
प्रेस कॉन्फ्रेंस में हुए विवाद पर बोले जॉन अब्राहम:जर्नलिस्ट को मुझे भड़काने के लिए प्लान्ट किया गया था
एक्टर जॉन अब्राहम अपकमिंग फिल्म वेदा को लेकर चर्चा में हैं। हाल ही में इस फिल्म के ट्रेलर लॉन्च...