সোণাৰিৰ শালকাঠনি চাহ বাগিচাত সোমবাৰে গণ প্ৰহাৰত এগৰাকী লোকৰ মৃত্যু হোৱাত সাপেখাতি আৰক্ষীয়ে নিশাই আটক কৰে খগেন তাঁতী আৰু ৰমেশ তাঁতী নামৰ দুগৰাকী শ্ৰমিকক। ইয়াৰ পাছতেই দুয়োগৰাকী লোকক মুকলিৰ দাবীত চাহ বাগিচাৰ উত্তেজিত শ্ৰমিকে সাপেখাতি আৰক্ষী থানাৰ সন্মূখত অৱস্থান কৰে যদিও আৰক্ষীয়ে নিয়ন্ত্ৰণলৈ আনে সামগ্ৰিক পৰিস্থিতি। উত্তেজিত শ্ৰমিকে আটকাধীন লোক দুজনক আৰক্ষীয়ে মুকলি কৰি নিদিলে সকলো শ্ৰমিককে আটক কৰিবলৈ দাবী জনায় যদিও আৰক্ষীয়ে উত্তেজিত শ্ৰমিকক বুজাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে ইয়াৰ পাছতেই গণ প্ৰহাৰত এজন লোক মৃত্যু হোৱা ঘটনাৰ লগত জড়িত থকা বুলি অভিযোগ উত্থাপন হোৱা আন দুজন লোকেও আৰক্ষী থানাত আত্মসমৰ্পন কৰাত উত্তেজনাময় পৰিস্থিতিৰ শাম কাটে। আত্মসমৰ্পন কৰা লোক দুজনৰ নাম বিমল তাঁতী আৰু দেৱানন্দ তাঁতী। সম্প্ৰতি আটাইকেইজনৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ লগতে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પિતૃ ઋણ ચુકવતા માળી ( પઢીયાર ) બંધુઓ.
પિતૃ ઋણ ચુકવતા પઢીયાર (માળી ) બંધુઓ. આજરોજ વખા ગામના વતની અને અમદાવાદ ખાતે વ્યવસાય સ્થિર થયેલા...
પાનવડ હાઠ બજારમાં ધોળા દિવસે વૃદ્ધ ની શા માટે કરાઈ હત્*યા શું કહે છે પોલીસ જુઓ DAILY BODELI NEWS
પાનવડ હાઠ બજારમાં ધોળા દિવસે વૃદ્ધ ની શા માટે કરાઈ હત્*યા શું કહે છે પોલીસ જુઓ DAILY BODELI NEWS
Sabarkantha: હિંમતનગર તાલુકાની વિધાનસભા જીતેન્દ્રસિંહ ઝાલાને ટિકિટ મળે એવી લોક મુખે ચર્ચા
સાબરકાંઠા હિંમતનગર તાલુકાની વિધાનસભાની ટિકિટ જીતેન્દ્રસિંહ ઝાલાને મળે એવી લોક મુખે ચર્ચા
ભારતીય...
ગુજરાતની જનતા એ ભ્રમ ફેલાવવા વાળા લોકો થી ચેતીને રહેવાનું છે: ઈસુદાન ગઢવી
આમ આદમી પાર્ટી ના નેશનલ જોઈંટ જનરલ સેક્રેટરી ઇસુદાન ગઢવી એ ભાજપના પ્રદેશ અધ્યક્ષ સી.આર. પાટીલ જી...