দুৰ্নীতিৰে জঢ়িত অভিযোগ তুলি বনকৰ্মীক চৰিয়াই চকু উলিয়াই দিয়া ডুমডুমা DFO ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীক শীঘ্ৰেই নিলম্বন কৰাৰ লগতে ডুমডুমা অঞ্চলৰ পৰা পঠাই দিয়াৰ দাবী মটক যুৱ ছাত্ৰৰ