গোলাঘাটৰ থুৰামুখত ভয়ংকৰ দুৰ্ঘটনা। এখন বাহনৰ ওপৰত বাগৰি পৰিল এখন ডাম্পাৰ । AS 19B 5940 নম্বৰৰ SWIFT DIZIRE বাহন খনৰ ওপৰত বাগৰি পৰে AS 23CC 4404 নম্বৰৰ ডাম্পাৰখন । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ SWIFT DIZIRE বাহন খনৰ আহত চাৰিজন আৰোহীক উলিয়াই আনিবলৈ সক্ষম হয় । আৰু ততাতয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালৈ প্ৰেৰন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Halla Bol: आज संसद में होते हुए भी Om Birla सदन में नहीं गए | BJP Vs Congress | Monsoon Session
Halla Bol: आज संसद में होते हुए भी Om Birla सदन में नहीं गए | BJP Vs Congress | Monsoon Session
Andhra Pradesh: Heavy rain lashed parts of the city of Visakhapatnam, earlier today.
Andhra Pradesh: Heavy rain lashed parts of the city of Visakhapatnam, earlier today.
হালিবাৰ্টনত উজ্বলিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰ।
বহুদেশীয় কোম্পানীটোৰ নাম হৈছে হালিবাৰ্টন। মাৰ্কিন যুক্তৰাষ্ট্ৰস্থিত এই কোম্পানীটো প্ৰধানকৈ...