ডিব্ৰুগড় চহৰৰ চিৰিংচাপৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষ।এখন বাইক ঘটনাস্থলীতেই ভস্মীভূত। দুৰ্ঘটনাত দুয়োখন বাইকৰ আৰোহী গুৰুতৰভাবে আহত।আহত বাইক আৰোহীকেইজনক চিকিৎসালয়ত ভৰ্তি।তীব্ৰবেগী বাইককেইখনে টেফিক নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে। তদন্ত অব্যাহত আৰক্ষীৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সেনাৰ সাহাৰ্য বিতৰণ
সোণাৰিত বান ক্ষতিগ্ৰস্ত সকলৰ মাজত সেনাৰ খাদ্য আৰু ঔষধ বিতৰণ। সোণাৰি নগৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল...
*वीसी के माध्यम से राजस्व अधिकारियों की बैठक संपन्न*
राजस्व न्यायालयों में लंबित प्रकरणों का शीघ्रता से निस्तारण करें- अतिरिक्त जिला क्लेक्टर
...
चैत्र नवरात्र के समापन का तिथि जाने नेरिटी ऐप पर।
उत्तर प्रदेश जनपद जौनपुर में,चैत्र नवरात्र के समापन का तिथि जाने नेरिटी ऐप पर।मालूम होकि17अप्रैल...
শিৱসাগৰত কা আন্দোলনৰ পঞ্চশ্বহীদক সুঁৱৰি বীৰ লাচিত সেনাৰ উদ্যোগত বীৰ লাচিত দিৱস।
শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত কালীপ্ৰসাদ মেমৰিয়েল হলৰ প্ৰাঙ্গনত কেন্দ্ৰীয় লাচিত দিৱস ২০২৪ বীৰ...