ন-পুখুৰী গাওঁ পঞ্চায়তৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাজহুৱা সভা

নাজিৰাৰ ন-পুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত দৈখনা সোণালী সমাজ ৰংগমঞ্চত ৰাজহুৱা সভাৰ আয়োজন । ৰাজহুৱা সভাত বিশিষ্ট অতিথি হিচাপে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকে ।ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ময়ূৰ বৰগোঁহাই সহ প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজে ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰে ।