#ড্ৰাগছৰ বিৰুদ্ধে অসম 

🔸আজি পুৱাৰ ভাগত কাৰ্বি আংলঙত এক অভিযানত অসম আৰক্ষীয়ে WB 74 P 4456 নম্বৰৰ এখন গাড়ী আটক কৰি তাৰ ভিতৰত লুকুৱাই থোৱা 966 গ্ৰাম হেৰ’ইন থকা 75 টা বাকচ জব্দ কৰে। আটক কৰা হৈছে দুজন অভিযুক্তক।